খুলি দিয়া হৈছে চাৰিখন শ্লুইচ গেট, নগাঁও, মৰিগাঁও জিলাত ভয়াৱহ হ’ব নেকি পৰিস্থিতি?

খুলি দিয়া হৈছে চাৰিখন শ্লুইচ গেট, ভয়ংকৰ ৰূপত বাঢ়িছে কাৰ্বি লাংপিৰ জলপৃষ্ঠ। পশ্চিম কাৰ্বি আংলঙত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে কাৰ্বি লাংপি নদীৰ জলপৃষ্ঠ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত কাৰ্বি লাংপি নৈৰ ওপৰত অৱস্থিত কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন শ্লুইচ গেট খুলি দিয়া হৈছে ৷
কি কি গেট খুলি দিয়া হৈছে?
গেট নং:৩ (৩ মিটাৰ)
গেট নং:৪ (৩.৫ মিটাৰ)
গেট নং:৫ (৪ মিটাৰ)
গেট নং:৬ (৪ মিটাৰ)
বন্ধ অৱস্থাত আছে ১, ২ আৰু ৭নং গেট। নগাঁও, মৰিগাঁও জিলাৰ পশ্চিম অঞ্চলৰ লোকৰ বাবে উদ্বিগ্নতাৰ কাৰণ। বৰষুণ অব্যাহত থাকিলে শ্লুইচ গেটৰ পানীয়ে ভয়াৱহ ৰূপ ল’ব পাৰে মধ্য অসমত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...