ফৰচুনাৰ আৰু মাৰুতী চুজুকিৰ মুখামুখি সংঘৰ্ষ, গুৰুতৰভাবে আহত ৪জন

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী ফৰচুনাৰ আৰু মাৰুতী চুজুকি বাহনৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাবে আহত ৪ জন লোক। দুৰ্ঘটনাত মাৰুতী চুজুকিখনত থকা ৪গৰাকী আৰোহী আহত। দুৰ্ঘটনাগ্ৰস্ত মাৰুতী চুজুকিৰ খনৰ নম্বৰ AS04 H 5713 আৰু দুৰ্ঘটনাগ্ৰস্ত ফৰচুনাৰ খনৰ নম্বৰ AS04 U 0010। আহত চাৰিওগৰাকী আৰোহীক চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে। শিৱসাগৰ শুকানপুখুৰীত সংঘটিত হৈছে এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

খেলি থাকোঁতেই মুখত সোমাল লোহাৰ ৰড! ৪০ মিনিটৰ জটিল অস্ত্ৰোপচাৰত প্ৰাণৰক্ষা ৫ বছৰীয়া শিশুৰ

গুজৰাটৰ পাটন জিলাৰ সামি তালুকাৰ বেদ গাঁৱত সংঘটিত হৈছে...

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, কামজঙত ২৮টা ঘৰ জ্বলাই দিয়াৰ অভিযোগ

মণিপুৰৰ কামজং জিলাত বিগত ২৪ ঘণ্টাত পৃথক পৃথক ঘটনাত...

এছিয়ান পেৰা গেমছত মোনা আগৰৱালৰ স্বৰ্ণ জয়; অৱনী লেখাৰাই লাভ কৰিলে ৰূপৰ পদক

এছিয়ান পেৰা গেমছত ভাৰতৰ পদক অভিযান আৰম্ভ হ’ল স্বৰ্ণ...