প্ৰথম ৬ মিনিটতে দুটাকৈ গ’ল, চন্দ্ৰপুৰত কোনে মাৰিলে শেষ হাঁহি?

চন্দ্ৰপুৰস্থিত ৰঙা ফিল্ডত অনুষ্ঠিত হৈ থকা পঞ্চম লেছি টাৰো সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত বৃহস্পতিবাৰে অনুষ্ঠিত হয় প্ৰথমখন চেমি ফাইনেল। প্ৰথমখন চেমি ফাইনেল পি.এছ.এ মণিপুৰ আৰু এন. অফ.চি.চিৰ মাজত অনুষ্ঠিত হয়। খেলখনত এন. অফ.চি. চি দলে পি.এছ.এ মণিপুৰক ৪-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত খেলত প্ৰৱেশ কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত প্ৰথম ৬ মিনিটত পি.এছ. এ মণিপুৰে দুটাকৈ গ’ল কৰি এক প্ৰকাৰৰ ধাৰাশায়ী কৰি তুলিছিল এন. অফ.চি. চি ক। পৰৱৰ্তী সময়ত প্ৰথমাৰ্ধতে এন. অফ.চি. চিয়ে দুটি গ’ল কৰি সমতা স্থাপন কৰে। ইয়াৰ পিছত দ্বিতীয়াৰ্ধত এন. অফ.চি.চিয়ে পুনৰ দুটি গ’ল কৰি খেলখন সম্পূৰ্ণৰূপে নিজৰ হাতলৈ নিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...