শ্ৰেষ্ঠ বুজাবলৈ পেলে শব্দটো অন্তৰ্ভুক্ত হৈছে ব্ৰাজিলৰ অভিধানত

বিশ্বৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ফুটবল খেলুৱৈ বুলি ক’লে ব্ৰাজিলৰ পেলেৰ নামটো পোনতে আহে। ফুটবল বিশ্বত ইতিহাস সৃষ্টি কৰা পেলে নামটো এতিয়া এক বিশেষণ পৰিণত হৈছে। শ্ৰেষ্ঠ বুজাবলৈ পেলে শব্দটো এতিয়া অন্তৰ্ভুক্ত হৈছে ব্ৰাজিলৰ অভিধানত।

ব্ৰাজিলিয়ান অভিধানত সন্নিবিষ্ট হ’ল ‘পেলে’ শব্দ

বিশ্বৰ এজন মহান খেলুৱৈৰূপে চিহ্নিত হৈছিল ব্রাজিলৰ পেলে

Edson Arantes do Nascimento জনপ্রিয় হৈছিল পেলে নামেৰে

পৰ্তুগীজ ভাষাত পেলে মানে The Best

৩খন বিশ্বকাপ ফুটবল চেম্পিয়ন দলৰ সদস্য হোৱা একমাত্র খেলুৱৈ পেলে

ব্রাজিলৰ হৈ ৯২খন খেলত গ’ল দিছিল ৭৭টা

তেওঁৰ দল ছেণ্ট’ছৰ হৈ তেওঁ ৬৫৯খন খেলত গ’ল দিছিল ৬৪৩টা

‘ফিফা’ই তেওঁক অভিহিত কৰিছিল ‘শতিকাৰ শ্রেষ্ঠ খেলুৱৈ’ বুলি

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...