কমাণ্ডো নিযুক্তি পৰীক্ষাত চাৰ্টিফিকেট জালিয়াতি গোচৰত ৫ জনক গ্ৰেপ্তাৰ

  • কমাণ্ডো নিযুক্তি পৰীক্ষাত চাৰ্টিফিকেট জালিয়াতি গোচৰত ৫ জনক গ্ৰেপ্তাৰ
  • কাছাৰৰ পৰা ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ অভিযুক্তক
  • ভুৱা চাৰ্টিফিকেটেৰে অসম আৰক্ষীত কমাণ্ডো নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল ২ যুৱক
  • পূৰ্বে কাছাৰৰ পৰা ডিমা হাছাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২ যুৱকক
  • চাৰ্টিফিকেট জালিয়াতিত জড়িত আৰক্ষী, শিক্ষকসহ ৫ জনক গ্ৰেপ্তাৰ
  • ২ যুৱকৰ ভাষ্যৰ ভিত্তিত কাছাৰৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ
  • গ্ৰেপ্তাৰ শিক্ষক নাজিম উদ্দিন, অৱসৰপ্ৰাপ্ত আৰক্ষী প্ৰদীপ দেৱৰয়
  • গোবিন্দ হাজাম, উত্তম দে’, সুমিত মোহালিক গ্ৰেপ্তাৰ
  • অমিত কৰ্মকাৰ আৰু সূৰয কৰ্মকাৰক ভুৱা চাৰ্টিফিকেট বনাই দিয়াত সহযোগ কৰিছিল তেওঁলোকে
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...