বলীউডৰ চেলিব্ৰিটি সকলে কি দৰে উদযাপন কৰিলে পিতৃ দিৱস

গুৱাহাটী, ২০ জুন, NKTV:আজি সমগ্ৰ বিশ্বই পিতৃ দিৱস উদযাপন কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা এই দিনটো পিতৃ বা পিতৃৰ ব্যক্তিত্বৰ গুৰুত্বৰ ওপৰত প্ৰতিফলিত হোৱা বুলি ধাৰণা কৰা হয়।

বিশ্বব্যাপী মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰি থকাৰ বাবে এই বিশেষ দিনটো যোৱা বছৰৰ দৰে এইবাৰো অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে। কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে, এই বিশেষ দিনটোত পিতৃক স্মৰণ কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰা দেখা গৈছে। উল্লেখ্য যে, এই মহামাৰীত জেমি ডৰনান, এবিগেইল ব্ৰেছলিন, হিনা খান, বাবা চেহগাল, ভুৱন বামকে ধৰি চেলিব্ৰিটিসকলে তেওঁলোকৰ দেউতাকক হেৰুৱাইছে। এই মহামাৰীটোৱে কাকো অস্পৃশ্য কৰি ৰখা নাই।

চেলিব্ৰিটি সকলে এই বিশেষ দিনটো বিভিন্ন ধৰণে উদযাপন কৰা পৰিলক্ষিত হৈছে:

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...