ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ঘটনা

প্ৰকৃতি যেন ৰুষ্ট হৈ পৰিছে মানৱ জাতিৰ ওপৰত। এইবাৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ পাছতে ছিকিমত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

উত্তৰ ছিকিমৰ ল’নাক হ্ৰদৰ ওপৰত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে। এই ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পায় আৰু বানপানীৰ সৃষ্টি হয়। এই ঘটনাৰ ফলত ২৩গৰাকী সেনা জোৱান নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

এক খবৰ অনুসৰি চুংথাং বান্ধৰ পৰা পানী এৰি দিয়াৰ ফলত হঠাতে পানীৰ স্তৰ ১৫-২০ ফুট বৃদ্ধি হয়। ইয়াৰ ফলত চিংটামৰ বৰদাঙত ৰখাই থোৱা সেনাৰ বাহনসমূহ ডুবি যায়। ঘটনাস্থলীত বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...