বনভোজথলীত চলিব আবকাৰী বিভাগৰ অভিযান: মুখ্যমন্ত্ৰী

বনভোজথলীত চলিব আবকাৰী বিভাগৰ অভিযান। খোদ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ এয়া। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পিছতেই DGP ভাস্কৰজ্যোতি মহন্তৰ স্পষ্ট কথা– মদ খাই বাহন চলোৱাৰ সাহস নকৰিব। অন্যথা ৰঙাঘৰৰ আলহী হ’ব লাগিব সুৰাপায়ী চালক। মঙলবাৰে তেজপুৰত এক সংবাদমেল সম্বোধন কৰি DGPয়ে সদৰী কৰিলে এই কথা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...