ভেলাঘৰত আশ্ৰয় এহাল কপৌৰ… গাঁওবাসীয়ে নজ্বলালে ভেলাঘৰ

পৰম্পৰা পৰিহাৰ কৰি প্ৰকৃতি প্ৰেমৰ এক অনন্য নিদৰ্শন। এহাল কপৌ চৰাইৰ বাবেই ভোগালী বিহুৰ পৰম্পৰা ভেলাঘৰ জ্বলোৱাৰ পৰা বিৰত থাকিল ছিপাঝাৰৰ ককাইতোলা বাসী। ভোগালী বিহুৰ ভোজ-ভাত খাবৰ বাবে এটা ভেলাঘৰ সাজিছিল গাঁওবাসীয়ে। পিছে উৰুকাৰ পূৰ্বেই ভেলাঘৰটোত বাহ সাজি কণী পাৰিলে এহাল কপৌয়ে। যাৰ বাবে কপৌহালৰ স্বাৰ্থতে ভেলাঘৰটো জ্বলাই নিদি সংৰক্ষণ কৰিলে গাঁওখনৰ ৰাইজে। চৰাই হালে নিৰাপদে পোৱালী নজগোৱা পৰ্যন্ত ভেলাঘৰটো প্ৰজ্বলন নকৰাৰ সিদ্ধান্ত ককাইতোলাবাসীৰ। প্ৰকৃতি প্ৰেমৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰিলে ছিপাঝাৰৰ ককাইতোলাবাসীয়ে।

NKTV Digital
Author: NKTV Digital

360 COMMENTS

Popular

More like this
Related

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...