ফেব্ৰুৱাৰীত গুৱাহাটী, ডিব্ৰুগড়ত G-20 সন্মিলন

ফেব্ৰুৱাৰীত অসমত অনুষ্ঠিত হ’ব G-20 সন্মিলন
গুৱাহাটী আৰু ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব G-20ৰ বৈঠক
গুৱাহাটীত ৪খন আৰু ডিব্ৰুগড়ত ১খন বৈঠক অনুষ্ঠিত হ’ব
৬ ফেব্ৰুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে অনুষ্ঠিত হ’ব এই বৈঠকসমূহ
প্ৰথমখন G-20ৰ বৈঠক হ’ব বিত্তীয় বিষয়ৰ
পৰ্যায়ক্ৰমে হ’ব যুৱ বিষয়ক, নিয়োগ বিষয়ক, একাউণ্টেন্সি বিষয়ক বৈঠক
G-20 লৈ অহা প্ৰতিনিধিসকলে পৰিদৰ্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
G-20ৰ সদস্য ৰাষ্ট্ৰ হৈছে ভাৰত, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা
চীন, ফ্ৰান্স, জাৰ্মানী, ইণ্ডোনেচিয়া, ইটালী, জাপানো G-20ৰ সদস্য
আন দেশসমূহ হ’ল মেক্সিকো, কোৰিয়া, ৰাছিয়া, ছৌদি আৰৱ, দক্ষিণ আফ্ৰিকা
তুৰ্কী, ব্ৰিটেইন, আমেৰিকা, ইউৰোপীয়ান ইউনিয়নো G-20ৰ সদস্য
অতিথি ৰাষ্ট্ৰ ৰূপে ভাগ ল’ব বাংলাদেশ, ইজিপ্ত, মৰিছাচ, নেডাৰলেণ্ডে
নাইজেৰিয়া, ওমান, ছিংগাপুৰ, স্পেইন, UAEও অতিথি ৰাষ্ট্ৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্যটকৰ বাবে সুখবৰ, ২ অক্টোবৰৰ পৰা পুনৰ মুকলি মানাহ

অহা ২ অক্টোবৰ ২০২৬ৰ পৰা পুনৰ মুকলি হ’ব মানাহ...

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানক সমালোচনা; কাশ্মীৰ প্ৰসংগত পাকিস্তানক ভাৰতৰ তীব্ৰ প্ৰত্যুত্তৰ

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে কাশ্মীৰ প্ৰসংগ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ; মহিলাৰ কাবাডীত চেম্পিয়ন ভাৰত

আইচি-নাগোয়া এছিয়ান গেমছ ২০২৬ত ভাৰতীয় মহিলা কাবাডী দলৰ স্বৰ্ণ...