Page 3

অভিনেতা বিকি কৌশলৰ নজনা ১১টা কথা

হিন্দী চলচ্চিত্ৰ জগতৰ এক পৰিচিত নাম বিকি কৌশল। আপুনিও নিশ্চয় বিকি কৌশলৰ অভিনয় প্ৰতিভা দেখিছে। কেটৰিনা কাইফৰ সৈতে বিবাহৰ পৰা অভিনয় তথা ব্যক্তিত্বৰ বাবে...

ঐ ৰাম অংকিতা-বিকিৰ বিয়াহে…১৪ ডিচেম্বৰত আবদ্ধ হ’ব প্ৰণয়পাশত

মায়ানগৰীত এতিয়া চলিছে বিয়াৰ যুগ। ৰাজকুমাৰ ৰাও, বিকি কৌশল-কেটৰীনা কাইফৰ পিছত আন এক প্ৰেমিকে যুগলে আৰম্ভ কৰিব নিজৰ বৈবাহিক জীৱন। দীঘলীয়া অপেক্ষাৰ পিছত, টিভি...

বিয়াক লৈ ছাৰা আলী খানৰ বিশেষ চৰ্ত! যিয়ে মানিব এই চৰ্ত তেওঁৰ সৈতেই বহিব বিয়াত

ছাৰা আলী খান। বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানক আপোনালোক সকলোৱে নিশ্চয় জানে! ৰণবীৰ সিং, সুশান্ত সিং ৰাজপুত, অক্ষয় কুমাৰকে ধৰি কেইবাগৰাকী অভিনেতাৰ সৈতে অভিনয়...

কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি

কিংবদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি কৰা হয়। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে। কপিল...

পথ দূৰ্ঘটনা! সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু

এক হৃদয়বিদাৰক ঘটনাভয়ংকৰ দূৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যুপাটনাত আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে অঘটনএখন ট্ৰাক আৰু ছুম' বাহনৰ মাজত...

Popular