Page 3

ঐ ৰাম অংকিতা-বিকিৰ বিয়াহে…১৪ ডিচেম্বৰত আবদ্ধ হ’ব প্ৰণয়পাশত

মায়ানগৰীত এতিয়া চলিছে বিয়াৰ যুগ। ৰাজকুমাৰ ৰাও, বিকি কৌশল-কেটৰীনা কাইফৰ পিছত আন এক প্ৰেমিকে যুগলে আৰম্ভ কৰিব নিজৰ বৈবাহিক জীৱন। দীঘলীয়া অপেক্ষাৰ পিছত, টিভি...

বিয়াক লৈ ছাৰা আলী খানৰ বিশেষ চৰ্ত! যিয়ে মানিব এই চৰ্ত তেওঁৰ সৈতেই বহিব বিয়াত

ছাৰা আলী খান। বলীউডৰ অভিনেত্ৰী ছাৰা আলী খানক আপোনালোক সকলোৱে নিশ্চয় জানে! ৰণবীৰ সিং, সুশান্ত সিং ৰাজপুত, অক্ষয় কুমাৰকে ধৰি কেইবাগৰাকী অভিনেতাৰ সৈতে অভিনয়...

কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি

কিংবদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি কৰা হয়। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে। কপিল...

পথ দূৰ্ঘটনা! সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যু

এক হৃদয়বিদাৰক ঘটনাভয়ংকৰ দূৰ্ঘটনাত সুশান্ত সিং ৰাজপুতৰ পৰিয়ালৰ ৫ সদস্যৰ মৃত্যুপাটনাত আত্মীয়ৰ শেষকৃত্য অনুষ্ঠানত অংশ লৈ ওভতাৰ সময়তে অঘটনএখন ট্ৰাক আৰু ছুম' বাহনৰ মাজত...

পুনৰ চৰ্চাত য়োহানী দি চিলভা

‘মানিকে মাগে হিতে’ৰ পিছত এইবাৰ জনপ্রিয় হিন্দী গীত গাই ভাইৰেল শ্রীলংকান গায়িকা ‘য়োহানী’। ইন্টাৰনেটৰ পৃথিৱীত প্রশংসাৰ বৰষুণ য়োহানী দি চিলভালৈ। ছ'চিয়েল মিডিয়াত এতিয়া ট্রেন্ডিঙৰ...

Popular