Page 3

দ্বিতীয় ইংনিছৰ বাবে সাজু কংগনা ৰাণাৱট

কংগনাৰ ৰাজনীতিদ্বিতীয় ইংনিছৰ বাবে সাজু কংগনা ৰাণাৱটকংগনাৰ বিয়া বুলি আকৌ নাভাবিবসাংসদ হ’বলৈ আগবাঢ়িছে কংগনা বক্স অফিচত তেজহীন হৈছে কংগনাৰ ‘তেজছ’। মন্দিৰে মন্দিৰে প্ৰাৰ্থনাও কৰিছে। হাতজোৰ...

চিকাগ’ত সুৰৰ মায়াজাল ৰচিলে পাপনে

সৌ সিদিনা নিউয়ৰ্কৰ টাইমছ স্কুৱেৰত বাজি উঠিছিল পাপনে গোৱা এফ্ৰ’ বিহু। মূলতঃ এঢাপ দুঢাপকৈ অসমৰ বিহুক, অসমৰ সংগীতক বিশ্ব মঞ্চলৈ লৈ উৰ্দ্ধমুখী গতি কৰিছে...

অসমবাসীক সংগীতৰ মায়াৰে মোহাৱিষ্ট কৰা দশৰথ দাস আৰু নাই

শোকৰ সাগৰত সকলোকে থৈ ৰুদ্ধ হ’ল সুৰৰ নৈ। মেলানি মাগিলে ভ্ৰাম্যমাণ থিয়েটাৰ সংগীতৰ অবিসম্বাদী সম্ৰাটে। দশৰথ দাস আৰু নাই।খবৰ বিয়পি পৰাৰ লগে লগে শোকস্তব্ধ...

সৌন্দৰ্য বৃদ্ধিৰ বাবে এইসমূহ খাদ্য গ্ৰহণ কৰে প্ৰিয়ংকা চোপ্ৰাই

বলীউডৰ মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা তেওঁৰ সৌন্দৰ্য আৰু সুন্দৰ অভিনয়ৰ বাবে জনাজাত। মানুহৰ মাজত তেওঁ দেশী গাৰ্ল বুলিও পৰিচিত। প্ৰিয়ংকাৰ সৌন্দৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।...

দ্বিতীয়বাৰ বিবাহ পাশত আৱদ্ধ হ’ল পাকিস্তানী অভিনেত্ৰী মাহিৰা খান

মাহিৰা খান পাকিস্তানী টিভি আৰু চলচ্চিত্ৰ উদ্যোগৰ এক সুপৰিচিত নাম। তেওঁ শ্বাহৰুখ খানৰ ছবি 'ৰইছ'ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল। তেওঁৰ প্ৰথম বিবাহ ২০১৫ চনত...

Popular