কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা

কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হয় এজন যুৱক। পুৱতি নিশা কাছাৰৰ লক্ষীপুৰ শিবপুৰত এই এনকাউণ্টাৰ। গুৰুতৰভাৱে আহত মান্নান আলী নামৰ এজন যুৱক। হিন্দু সম্প্ৰদায়ৰ এগৰাকী যুৱতীক পলুৱাই লৈ গৈছিল মান্নানে। ঘটনাক কেন্দ্ৰ কৰি ২ সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈছিল সংঘাত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপস্থিত হৈছিল আৰক্ষীৰ দল। পিছত আৰক্ষীয়ে অভিযান চলাই নিশাই গ্ৰেপ্তাৰ অভিযুক্ত যুৱকজনক। পুৱতি নিশা আৰক্ষীক আক্ৰমণ কৰি যুৱকজনে কৰে পলায়নৰ চেষ্টা। আৰক্ষীয়ে যুৱকজনক বাধা দিয়াৰ উদ্দেশ্যে কৰে গুলীচালনা।
ভৰিত গুলী লাগি গুৰুতৰভাৱে আহত হয় মান্নান আলী। আৰক্ষীয়ে গুলীবিদ্ধ যুৱকজনক ততাতৈয়াকৈ SMCHত ভৰ্তি কৰায়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...