ভেটাপাৰাত মহিলাক আক্ৰমণ কৰা যুৱকক এনকাউণ্টাৰ

ভেটাপাৰাত মহিলাক আক্ৰমণকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ। এনকাউণ্টাৰত গুলীবিদ্ধ অভিযুক্ত আজুল হক। আৰক্ষীৰ বেহু ফালি পলাবলৈ লওতেই এনকাউণ্টাৰ। বাওঁভৰিত গুলী লাগিছে অভিযুক্ত আজুল হকৰ। সম্প্ৰতি GMCHত চিকিৎসাধীন আজুল হক। ভেটাপাৰাৰ গল্ডেন পথত এগৰাকী মহিলাক কৰিছিল আক্ৰমণ। GMCHতে চিকিত্সাধীন হৈ আছে আহত মহিলাগৰাকীও। পূৰ্বে মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত জে’ললৈও গৈছিল আজুল হক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...