কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান

কুখ্যাত চুপাৰি মাফিয়া নয়ন ঘোষৰ বাসগৃহত ED ৰ অভিযান। পুৱা ৬ বজাৰে পৰা নয়ন ঘোষৰ ঘৰত চলিছে অভিযান। জ্যোতিকুছিৰ বেবীলন এপাৰ্টমেণ্টৰ ১০১নং ফ্লেটত অভিযান।দীৰ্ঘদিন ধৰি A ব্লকৰ ১০১ নং ফ্লেটটোৰ ভাৰাতীয়া নয়ন ঘোষ। কোটি কোটি টকাৰ লেনদেনৰ তথ্য লাভ কৰিছে EDয়ে। নিষিদ্ধ বাৰ্মিজ চুপাৰিৰ সৰবৰাহৰ মাষ্টাৰ মাইণ্ড নয়ন ঘোষ। ৰে’ল আৰুৰ ট্ৰাকেৰে বাৰ্মিজ চুপাৰি সৰবৰাহ কৰে নয়নে। পূৰ্বে অসম আৰক্ষীয়ে দুবাৰকৈ গ্ৰেপ্তাৰ কৰিছিল নয়ন ঘোষক। এবাৰ কাছাৰ আৰু আনবাৰ সৰুপথাৰ আক্ষীয়ে কৰিছিল গ্ৰেপ্তাৰ। চুপাৰিৰ লগতে ড্ৰাগছ সৰবাৰাহৰো অভিযোগ নয়নৰ বিৰুদ্ধে। ৯ ঘণ্টা ধৰি EDয়ে অভিযান চলালে নয়ন ঘোষৰ বাসগৃহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ বছৰৰ গৌৰৱময় যাত্ৰাৰ অন্ত! ইতিহাসৰ পাতত বিলীন হ’ব গুৱাহাটীৰ ‘দ্য ধাবা’

এখন ৰেষ্টুৰেণ্ট, কিন্তু গুৱাহাটীবাসীৰ বাবে ই আছিল বন্ধুৰ আড্ডা,...

পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক; ১২ ঘণ্টাত ৰাজ্যত দুটাকৈ এনকাউণ্টাৰ

মাত্ৰ ১২ ঘণ্টাৰ ভিতৰতে ৰাজ্যত সংঘটিত হৈছে দুটাকৈ এনকাউণ্টাৰৰ...

দুধনৈৰ বেছিমাৰীত যুৱতীক এচিড আক্ৰমণ, মূল অভিযুক্তসহ দুজন গ্ৰেপ্তাৰ

দুধনৈৰ বেছিমাৰীত সংঘটিত হৈছে চাঞ্চল্যকৰ এচিড আক্ৰমণৰ ঘটনা। শুই...