পুৱতি নিশা চুবুৰীয়া ৰাষ্ট্ৰ নেপালত অনুভূত হয় ভূমিকম্পৰ জোকাৰণি।

আজি পুৱা ৩ বাজি ৫৯ মিনিটত অনুভূত হয় জোকাৰণি

ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৮ ৰিখটাৰ স্কেল।

বৰ্তমানেও জানিব পৰা হোৱা নাই ভূমিকম্পত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণ।