মহানগৰীত ড্ৰাই ডে’ ঘোষণা!

• GMC নিৰ্বাচনৰ বাবে গুৱাহাটী মহানগৰীত ড্ৰাই ডে’ ঘোষণা।
• বুধবাৰে ৪.৩০ বজাৰ পৰা ২২ তাৰিখৰ ৪.৩০ বজাৰলৈ বাহাল থাকিব ড্ৰাই ডে
• ২৪ তাৰিখে অনুষ্ঠিত হ’ব GMC নিৰ্বাচনৰ ভোট গণনা
• ভোট গণনাৰ দিনাও ড্ৰাই ডে ঘোষণা প্ৰশাসনৰ
• সুৰা বিক্ৰীত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি এই দিনকেইটাত
• কোনো ব্যক্তিয়ে সুৰা মজুত ৰাখিলে সন্মুখীন হ’ব কঠোৰ শাস্তিৰ
• নিয়ম নামানিলে অসম আৱকাৰী আইনৰ অধীনত ৰুজু হ’ব গোচৰ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...