দীঘলীপুখুৰীৰ পৰা বামুণীমৈদামলৈ ফ্লাইঅভাৰ; মুখ্যমন্ত্ৰীৰ ঘোষণা

★পৌৰ সভাৰ নিৰ্বাচনত বিজেপিৰ জয় নিশ্চিত
★আমি ভাৰতীয়, জাতি-ধৰ্ম-ভাষাক লৈ বিভেদ কৰিব নালাগে
★দাস-কলিতা য’ত যাব জৈন আৰু আগৰৱালা তাত যাব
★বিহুক প্ৰত্যেক ঘৰলৈ লৈ যাব লাগে
★জুন-জুলাইৰ পৰা গুৱাহাটীবাসীয়ে খোৱাপানী লাভ কৰিব
★দীঘলীপুখুৰীৰ পৰা বামুণীমৈদামলৈ নিৰ্মাণ হ’ব উৰণসেঁতু
★দুৰ্গাপূজাৰ পূৰ্বেই মুকলি হ’ব ফাঁচীবজাৰৰ বটানিকেল গাৰ্ডেন
★অপৰাধমুক্ত ড্ৰাগছমুক্ত হ’ব গুৱাহাটী
★মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে যিমান পাৰে কাম কৰি যাব
★অপৰাধী এতিয়া আৰক্ষীৰ হাতৰ পৰা সাৰি যাব নোৱাৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ দুখন বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি; ঘটনাস্থলীত উপস্থিত আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনী

ৰাজধানী দিল্লীৰ দুখন আগশাৰীৰ বিদ্যালয়লৈ বোমা বিস্ফোৰণৰ ভাবুকি অহাৰ...

জিম্বাব’ৱেৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আজি অভিষেক জিণ্টীমণি কলিতাৰ

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ মূল একাদশত অসমৰ জিণ্টীমণি। জিম্বাব’ৱেৰ...

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা

ফ্ৰেন্স অপেন বেডমিণ্টনত যুঁজ দিও পৰাস্ত হ’ল অস্মিতা। আজি...