জাগীৰোডত ৩কোটি টকাৰ ড্ৰাগছ জব্দ

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান চলি থকাৰ সময়তে মৰিগাঁৱত জব্দ প্ৰায় ৩কোটি টকাৰ মৰাত্মক ড্ৰাগছ। মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীৱ ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান।
জাগীৰোডৰ শিলভঙাৰ পৰা আটক ড্ৰাগছসহ তিনিজন সৰবৰাহকাৰীক।

মৰিগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতীৱ ভূঞাৰ নেতৃত্বত চলিছিল এই অভিযান। জাগীৰোডৰ শিলভঙাৰ পৰা আটক ড্ৰাগছসহ তিনিজন সৰবৰাহকাৰীক। ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে জাকিৰ হুইছেন, ছাদ্দাম হুইছেন আৰু ছহিদুল ইছলাম। উল্লেখ্য যে, সৰবৰাহকাৰী কেইজনে জাগীৰোডত ড্ৰাগছ যোগান ধৰিবলৈ অহাৰ সময়তে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই আটক কৰে। ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা এখন বাইকো জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ধৃত ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে জাকিৰ হুইছেন, ছাদ্দাম হুইছেন আৰু ছহিদুল ইছলাম। উল্লেখ্য যে, সৰবৰাহকাৰী কেইজনে জাগীৰোডত ড্ৰাগছ যোগান ধৰিবলৈ অহাৰ সময়তে গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলাই আটক কৰে। ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা এখন বাইকো জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতৰ বাবে ‘ভাল খবৰ’! ভাৰত বিশ্বৰ আটাইতকৈ শক্তিশালী গোটৰ অংশ হ’ব…

আমেৰিকা আৰু ভাৰতৰ সম্পৰ্কত এক নতুন আৰু অতি গুৰুত্বপূৰ্ণ...

ইৰাণে ২ কোটি সৈন্য নিয়োগ কৰিছে, তৃতীয়বাৰৰ বাবে খামেনেইক আমেৰিকাৰ পৰা ৰক্ষা কৰিব পৰা বাচিজ কি?

ইৰাণৰ ৰাজপথত চলি থকা অশান্তি নিয়ন্ত্ৰণৰ বাবে আয়াতুল্লাহ আলী...

আপুনি একো নকৰাকৈ আপোনাৰ PFৰ ধনৰাশি বাঢ়ি গৈ থাকিব… মাথোঁ এই ভুল নকৰিব…

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে চাকৰিৰ অনিশ্চয়তা নতুন কথা নহয়।...

ৰাছিয়াৰ সৈতে বন্ধুত্ব! আমেৰিকাই ২৩ বছৰত এই সাতজন বিশ্ব নেতাক নিৰ্মূল কৰিলে…

যোৱা দুটা দশকত এক আচৰিত ধৰণৰ আৰ্হিৰ উন্মেষ ঘটিছে।...