পুনৰ ড্ৰাগছ সৰবৰাহকাৰীলৈ অসম আৰক্ষীৰ গুলী!

  • পুনৰ অসম আৰক্ষীৰ গুলী ড্ৰাগছ সৰবৰাহকাৰীলৈ
  • মৰিগাঁও আৰক্ষীৰ গুলী ড্ৰাগছ সৰবৰাহকাৰী জেহিৰুল ইছলামলৈ
  • বৃহস্পতিবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জেহিৰুল ইছলামসহ তিনিজনক
  • লুকাই থোৱা ড্ৰাগছ উদ্ধাৰৰ বাবে আৰক্ষীয়ে চলাইছিল অভিযান
  • অভিযানৰ সময়তে গাড়ীৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা জেহিৰুলৰ
  • বৰজান দলঙৰ সমীপত পলাবলৈ চেষ্টা কৰোঁতে আৰক্ষীৰ গুলী
  • প্ৰথমে শূন্যলৈ, তাৰ পিছত জেহিৰুলৰ ভৰিত আৰক্ষীৰ গুলী
  • বৰ্তমান GMCHত চিকিৎসাধীন গুলীবিদ্ধ জেহিৰুল
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২৩ বছৰ অনুৰ্ধ মহিলা ক্ৰিকেটলৈ অসম ক্ৰিকেট সন্থাৰ দল ঘোষণা

অহা ২৪ নৱেম্বৰৰ পৰা হাৰিয়ানাত হ’বলগীয়া বি চি চি...

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...