কিশোৰ, ২০ বছৰীয়া যুৱকৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, জালত সৰবৰাহকাৰী

ৰাজ্যত অব্যাহত ড্ৰাগছৰ সৰবৰাহ। এইবাৰ ড্ৰাগছসহ আন এজন ড্ৰাগছ পেডলাৰক আটক অসমত। শোণিতপুৰৰ খনামুখত ড্ৰাগছ সৰবৰাহকাৰীক আটক। ধৃত লেইকিথিং চিৰিং নামৰ ২০ বছৰীয়া এজন যুৱকসহ আন এজন কিশোৰ। খনামুখনৰ আমনিৰ পৰা আটক দুয়োকে। চাৰিদুৱাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আটক কৰে সৰবৰাহকাৰী দুজনক। ধৃত দুয়োকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...

ACAৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

অসম ক্ৰিকেট সন্থাই অহা ১০ মাৰ্চত আৰম্ভ হ’বলগীয়া...

Assam down town University Wins Big at ET TechEDU Awards 2026

Assam down town University has brought pride to the...

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ

ইৰাণক বিধ্বংসী আক্ৰমণ ইজৰাইলৰ। ৰাজধানী তেহৰানসহ ইৰানৰ বিভিন্ন ঠাইত...