ৰাতি এই কাম কৰিলে কমিব পাৰে স্বামীৰ আয়ুস!

হিন্দু শাস্ত্ৰত প্ৰতিটো কামৰ সৈতে সম্পৰ্কিত নিয়ম প্ৰস্তুত কৰা হৈছে। লগতে সকলো কামৰ বাবে এটা সময় নিৰ্ধাৰণ কৰা হৈছে। শাস্ত্ৰত কোৱা হৈছে যে কিছুমান কাম ৰাতি কৰিব নালাগে কিয়নো ৰাতি কিছুমান কাম কৰিলে নেতিবাচক শক্তি বৃদ্ধি হয়। তেন্তে জানো আহকোচোন নিশাৰ সময়ত কি কি কাম কৰিব নালাগে।

১. নিশা চুলি খোলা ৰাখি শুলে নেতিবাচক শক্তি আকৰ্ষিত হয়। বিশ্বাস কৰা হয় যে যিসকল মহিলাই নিশা চুলি খুলি শোৱে তেওঁলোকৰ ঘৰৰ সুখৰ ওপৰত প্ৰভাৱ পৰে আৰু স্বামীৰ বয়সো কমিব পাৰে।

২. হিন্দু শাস্ত্ৰমতে ৰাতি কেতিয়াও নখ কাটিব নালাগে। ইয়াৰ ফলত ঘৰখনত দৰিদ্ৰতা হয়।

৩. নিশা শৰীৰত কোনো ধৰণৰ সুগন্ধি দ্ৰব্য প্ৰয়োগ কৰিব নালাগে। বিশ্বাস কৰা হয় যে এনে কৰাৰ দ্বাৰা, ভাল আৰু বেয়া দুয়োটা শক্তি আমাৰ প্ৰতি আকৰ্ষিত হয়। বাস্তুৰ মতে, নিশা শৰীৰত কোনো ধৰণৰ সুগন্ধি দ্ৰব্য প্ৰয়োগ কৰা উচিত নহয় কিয়নো এনে কৰিলে ঘৰলৈ নেতিবাচক শক্তি আগমন ঘটিব পাৰে।

৪. ৰাতি কেতিয়াও লেতেৰা বাচন-বৰ্তন পাকঘৰত থব নালাগে। বিশ্বাস কৰা হয় যে যিসকলে ৰাতি বাচন-বৰ্তন লেতেৰা কৰি ৰাখে, বা পাকঘৰ পৰিষ্কাৰ নকৰে তেওঁলোকৰ ঘৰত মা লক্ষ্মী কেতিয়াও নাথাকে।

৫. ৰাতি বা সূৰ্য অস্ত যোৱাৰ পিছত ঘৰত ঝাৰু দিব নালাগে। এনে কৰাৰ ফলত ঘৰৰ সম্পদ শেষ হ’বলৈ আৰম্ভ কৰে। মা লক্ষ্মী ঝাড়ুত বাস কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে, ঝাড়ুটো দক্ষিণ দিশত ৰাখিব লাগে আৰু শুব লাগে। ইয়াৰ ফলত মা লক্ষ্মীৰ কৃপা লাভ কৰা হয়।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...