জলফাইৰ উপকাৰিতাসমূহৰ বিষয়ে জানেনে?

জলফাই অতি পুষ্টিগুণসমৃদ্ধ ফল। আপুনি বাৰু জানেনে ইয়াৰ উপকাৰিতাসমূহ? জলফাইত প্ৰচুৰ পৰিমাণে ভিটামিন-A, B, C, K, আইৰণ, কেলছিয়াম, পটাছিয়াম বিটা কেৰাটিন, মেগনেছিয়াম, ফাইবাৰ, ফছফৰাছ আদি পোৱা যায়। জানো আহক ইয়াৰ উপকাৰিতাসমূহৰ বিষয়ে।

১. প্ৰচুৰ পৰিমাণে জলফাই খালে চর্দি, কাঁহৰ দৰে শীতকালীন ৰোগবোৰৰ পৰা বাচি থাকিব পৰা যায়।


২. শীতকালত ছাল-নিমজ আৰু কোমল কৰি ৰাখিবলৈ-জলফাই তেল বা অলিভ অইল অতি উপকাৰী।


৩. ডায়েৰিয়া, ডিচেণ্টী তথা দাঁতৰ গুৰি ফোলা ৰোগত জলফাই ব্যৱহাৰ কৰা হয়। গাঁঠিৰ বিষ তথা ডায়েবেটিচ ৰোগতো জলফাইক ব্যৱহাৰ কৰিব পাৰি।


৪. জলফাইৰ পৰা প্ৰস্তুত কৰা অলিভ অইল আমাৰ শৰীৰৰ বাবে বৰ উপকাৰী। অলিভ অইলে আমাৰ শৰীৰত ভাল কলেষ্ট্ৰ’ৰেলৰ পৰিমাণ বৃদ্ধি কৰে আৰু বেয়া কলেষ্ট্ৰ’ৰেলৰ পৰিমাণ হ্ৰাস কৰে। অলিভ অইলে আমাৰ শৰীৰত ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে।


৫. জলফাইত থকা মনোচেচ’ৰেটেট ফেটৰ বাবে ই হৃদপিণ্ডৰ বাবে বৰ উপকাৰী। শৰীৰত কলেষ্ট্ৰ’ৰেলৰ পৰিমাণ হ্ৰাস কৰি ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে জলফাই।

Popular

More like this
Related

খেলো ইণ্ডিয়া অস্মিতা ৰাজ্যিক হকী লীগ, ধেমাজি, ভেড়গাও, মাকুম, নগাঁৱৰ জয়

গুৱাহাটীৰ ভেটাপাৰাৰ মৌলানা মহম্মদ তয়াবুল্লাহ হকী ষ্টেডিয়ামত চলি থকা...

ছিনিয়ৰ মহিলা বক্সিং আৰম্ভ

গ্ৰেটাৰ নয়ডাৰ শ্বহীদ বিজয় সিং পাথিক ক্ৰীড়া প্ৰকল্পত আজিৰে...

২২ মাৰ্চৰ পৰা চিটী চেণ্টাৰত অফলাইন টিকট

গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ অনুৰোধ ৰক্ষা কৰি ৰাজস্থান ৰয়েলছে ২২ মাৰ্চৰ...