- সপ্তমবাৰলৈ উইম্বলডনৰ খিতাপ জিনিলে ন’ভাক জ’ক’ভিছে
- ফাইনেলত অষ্ট্ৰেলিয়াৰ নিক কিৰ্গিয়ছক হৰুৱাই জ’ক’ভিছে
- ৪-৬,৬-৩,৬-৪,৭-৬ ছেটত জয়লাভ কৰে ছাৰ্বিয়াৰ তাৰকাজনে
- উইম্বলডনৰ খিতাপ জয়েৰে জ’ক’ভিছৰ গ্ৰেণ্ডশ্লামৰ সংখ্যা ২১ টালৈ বৃদ্ধি
- গ্ৰেণ্ডশ্লাম জয়ৰ ক্ষেত্ৰত নাডালতকৈ পিছ পৰি আছে জ’ক’ভিছ
- নাডালৰ নামত আছে ২২ টাকৈ গ্ৰেণ্ডশ্লামৰ খিতাপ
- গ্ৰেণ্ডশ্লামৰ সৰ্বাধিক ফাইনেল খেলা খেলুৱৈ হিচাপে পৰিগণিত হয় জ’ক’ভিছ