কোন জিলাৰ গাড়ীৰ পঞ্জীয়ন নম্বৰ কিমান?

আপুনি কোন জিলাৰ বাসিন্দা? নিজৰ জিলাখনৰ মটৰ পঞ্জীয়ন নম্বৰ জানেনে? কোন জিলাৰ মটৰ পঞ্জীয়ন নম্বৰ কিমান?


জানি লওক সকলো জিলাৰ পঞ্জীয়ন নম্বৰ


▶️কামৰূপ মহানগৰ AS-01
▶️নগাঁও AS-02
▶️যোৰহাট AS-03
▶️শিৱসাগৰ AS-04
▶️গোলাঘাট AS-05
▶️ডিব্ৰুগড় AS-06
▶️লখিমপুৰ AS-07
▶️ডিমা হাচাও AS-08
▶️কাৰ্বি আংলং AS-09
▶️কৰিমগঞ্জ AS-10
▶️কাছাৰ AS-11
▶️শোণিতপুৰ AS-12
▶️দৰং AS-13
▶️নলবাৰী AS-14
▶️বৰপেটা AS-15
▶️কোকৰাঝাৰ AS-16
▶️ধুবুৰী AS-17
▶️গোৱালপাৰা AS-18
▶️বঙাইগাঁও AS-19
▶️মৰিগাঁও AS-21
▶️ধেমাজি AS-22
▶️তিনিচুকীয়া AS-23
▶️হাইলাকান্দি AS-24
▶️কামৰূপ গ্ৰাম্য AS-25
▶️চিৰাং AS-26
▶️ওদালগুৰি AS-27
▶️বাক্সা AS-28
▶️মাজুলী AS-29
▶️হোজাই AS-31
▶️বিশ্বনাথ চাৰিআলি AS-32
▶️চৰাইদেউ AS-33
▶️দক্ষিণ শালমৰা AS-34

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...