জলজীৱন মিছনত ২২ হাজাৰক নিযুক্তি, ক্ষুদ্ৰ উদ্যোগীলৈ ভাল খবৰ, কি কি সিদ্ধান্ত ল’লে কেবিনেটত?

•জলজীৱন আঁচনিৰ জৰিয়তে ৬৩ লাখ লোকলৈ পানীযোগানৰ ব্যৱস্থা
•এই আঁচনিৰ অধীনত চলোৱা হ’ব ২৯ হাজাৰটা পানীযোগান প্ৰকল্প
•প্ৰকল্পসমূহ চলাবলৈ ২২ হাজাৰ যুৱকক দিয়া হ’ব নিযুক্তি
•জলজীৱনৰ প্ৰকল্পত নিযুক্তি পোৱাসকলে লাভ কৰিব মাহে ৬৫০০ টকাকৈ
•বিদ্যুতৰ বাবদ মাহে ৫ হাজাৰ টকাকৈ দিয়া হ’ব
•পঞ্চায়তৰ জৰিয়তে মোকলাই দিয়া হ’ব এই ধনৰাশি
•মাজুলীৰ নাও দুৰ্ঘটনাত মৃত ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীলৈ চাকৰি
•শিক্ষা বিভাগৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীৰূপে নিযুক্তিৰ সিদ্ধান্ত
•ফেৰী দুৰ্ঘটনাত মৃত পৰিমিতা দাসৰ ভনীয়েক মধুমিতা দাসলৈও চাকৰি
•SCERTৰ প্ৰবক্তা হিচাপে নিযুক্তি মধুমিতা দাসক
•৯খন মডেল মহিলা কলেজত অনুমোদন কেবিনেটৰ
•মডেল মহিলা কলেজৰ বাবে ২৹৭.৫১ কোটি টকা অনুমোদন
•৬খন চৰকাৰী মডেল কলেজৰ বাবে ১০৩.৭৩ কোটি টকা অনুমোদন
•৩খন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ বাবে ১৬৪.১৫ কোটি টকাৰ অনুমোদন
•নিৰ্ধাৰিত ঔদ্যোগিক এলেকাত উদ্যোগৰ বাবে এমাহৰ ভিতৰতে অনুমোদন
•ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগীসকলৰ বাবে চৰকাৰৰ বিশেষ সকাহ
•যিকোনো নিবিদাৰ সময়ত ২০ শতাংশলৈকে লাভ কৰিব ৰেহাই
•ন্যূনতম নিৰ্ধাৰিত মূল্যৰ (L -1) ক্ষেত্ৰত পাব এই ৰেহাই
•ছুপাৰ স্পেচিয়েলিটী হাস্পতাল নিৰ্মাণৰ আঁচনি IIT-গুৱাহাটীৰ
•সৰুপেটাত স্থাপন কৰা হ’ব ভৱানীপুৰ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰত-আমেৰিকাৰ IOSV উদ্যোগক লৈ আলোচনা, ভাৰত মহাসাগৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্য

ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰি আৰু আমেৰিকাৰ আণ্ডাৰ ছেক্ৰেটাৰী...

বিশ্বজুৰি আমেৰিকাৰ ভিছা আবেদন স্থগিত

প্ৰব্ৰজন নীতি অধিক কঠোৰ কৰাৰ মাজতে আমেৰিকাই বিশ্বজুৰি ভিছা...

বানপীড়িত অসমৰ বাবে কেন্দ্ৰৰ প্ৰায় ৫,০০০ কোটি টকাৰ পেকেজ, ৩.৮ লাখ নতুন PMAY ঘৰ অনুমোদন

অসমৰ বানপীড়িত লোকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৫,০০০ কোটি...

আমেৰিকাৰ ইতিহাসৰ সৰ্ববৃহৎ ভিছা বাতিলৰ প্ৰস্তুতি, লক্ষ্য ২ লাখ বিদেশী নাগৰিক

ড’নাল্ড ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ ইতিহাসত সৰ্ববৃহৎ গণ-ভিছা বাতিলৰ প্ৰস্তুতি...