ঘড়ীৰ মালিক মাৰাডোনা, চোৰ ওলাল অসমত!

ঘড়ীৰ মালিক বিখ্যাত ফুটবলাৰ মাৰাডোনা, সেই ঘড়ীৰ চোৰ ওলাল আকৌ অসমত। আচৰিত যেন লাগিলেও মাৰাডোনাৰ ঘড়ী চোৰ ওলাল অসমত! ফুটবল তাৰকা মাৰাডোনাৰ এটা বিলাসী ঘড়ীৰ চুৰিৰ সন্দৰ্ভত অসমত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক। গ্ৰেপ্তাৰ কৰা হৈছে ৱাজিদ হুছেইন নামৰ এজন লোকক। ডুবাই আৰক্ষীৰ সহযোগত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে লোকজনক। বিলাসী হাবলট ঘড়ীটোৰ মূল্য ১২ লাখ টকা।

NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

অপাৰেচন সিন্দূৰক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, অপাৰেচন সিন্দূৰৰ সময়ত...

অপাৰেচন কেলাৰ কি?

অপাৰেচন কেলাৰ হৈছে ভাৰতীয় সেনাৰ দ্বাৰা জম্মু আৰু কাশ্মীৰৰ...

ভাৰতীয় সাংবাদিকৰ পৰা তথ্য আহৰণৰ চেষ্টা পাকিস্তানী চোৰাংচোৱাৰ

পাকিস্তানৰ গুপ্তচৰ সংস্থাই ভাৰতীয় সাংবাদিক আৰু সাধাৰণ নাগৰিকৰ সৈতে...

‘দবা নেখেলিব; ই জুৱাৰ লগত জড়িত’

তালিবান চৰকাৰে আফগানিস্তানত দবা খেলৰ ওপৰত পৰৱৰ্তী নিৰ্দেশ নোহোৱালৈকে...