হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় দিনাও বিসংগতি

হাইস্কুল শিক্ষান্ত পৰীক্ষাত দ্বিতীয় দিনাও বিসংগতি। কোকৰাঝাৰত ভুলকৈ আহিল প্ৰশ্নকাকত।
ডি এন হিমৎসিংকা হাইস্কুল পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত সালসলনি। সমাজ বিজ্ঞানৰ পৰিবৰ্তে আহিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত। সোমবাৰে আছিল মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা। প্ৰশ্নকাকত সালসলনিৰ বাবে পৰীক্ষা আৰম্ভ হোৱাত বিলম্ব। প্ৰশ্নকাকতৰ বিসংগতিক লৈ শিক্ষাৰ্থী-অভিভাৱকৰ মাজত হাহাকাৰ। দৌৰাদৌৰিকৈ থানাৰ পৰা সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত আনি পৰীক্ষা আৰম্ভ। কেন্দ্ৰটোত ১৫ মিনিট সময় পলমকৈ আৰম্ভ হয় পৰীক্ষা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...

আমেৰিকাই এতিয়াৰ বাবে ভেনিজুৱেলাত কোনো নিৰ্বাচনৰ অনুমতি নিদিয়ে!

অহা এমাহৰ ভিতৰত ভেনিজুৱেলাত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই।...