ভাৰতৰ জীমনাষ্ট দীপা কৰ্মকাৰৰ ইতিহাস

  • ভাৰতৰ জীমনাষ্ট দীপা কৰ্মকাৰৰ ইতিহাস
  • এছিয়ান ছিনিয়ৰ চেম্পিয়নশ্বিত স্বৰ্ণ জয় কৰি ইতিহাস
  • ছিনিয়ৰ প্ৰতিযোগিতাত স্বৰ্ণ জয়ী প্ৰথমগৰাকী ভাৰতীয় জীমনাষ্ট দীপা
  • উজবেকিস্তানৰ টাছকেণ্টত দেওবাৰে এই ইতিহাস ৰচে দীপাই
  • ১৩.৫৬৬ পইণ্টেৰে স্বৰ্ণ আঁজুৰি আনে ত্ৰিপুৰৰ খেলুৱৈগৰাকীয়ে
  • উত্তৰ কোৰিয়াৰ প্ৰতিপক্ষক পৰাস্ত কৰি দীপাৰ স্বৰ্ণ জয়
  • ড’পিঙৰ অভিযোগত ২১ মাহ ধৰি নিষেধাজ্ঞাৰ সন্মুখীন হৈ আছিল দীপা
  • নিষেধাজ্ঞা প্ৰত্যাহাৰৰ পাছতে সৱল প্ৰত্যাৱৰ্তন ঘটালে অলিম্পিয়ান দীপাই
  • ২০১৫চনত একেখন প্ৰতিযোগিতাত দীপাই লাভ কৰিছিল ব্ৰঞ্জ
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...