২০ কেজি RDXৰে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকি!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি! ২০ কেজি RDXৰে প্ৰধানমন্ত্ৰীক হত্যাৰ ভাবুকিৰে ই-মেইল প্ৰেৰণ কৰিছে অজ্ঞাত ব্যক্তিয়ে। ২০টা শ্লীপাৰ চেল সক্ৰিয় প্ৰধানমন্ত্ৰীক আক্ৰমণৰ বাবে! নেচনেল ইনভেষ্টিগেশ্যন এজেন্সী বা চমুকৈ NIAলৈ ই-মেইল অজ্ঞাত লোকৰ। ই-মেইলত উল্লেখ থকা মতে পৰিকল্পনা সম্পূৰ্ণ প্ৰধানমন্ত্ৰীক আক্ৰমণৰ। ভাবুকি ভৰা ই-মেইলৰ পিছতেই তৎপৰ দেশৰ নিৰাপত্তা সংস্থা। ই-মেইল কৰা লোকৰ IP Address উদ্ধাৰৰ চেষ্টা চাইবাৰ সুৰক্ষা সংস্থাৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অধিনায়ক ৰিয়ানৰ সাহসে নিৰ্ভীক কৰিছে দলক: শ্বেন বণ্ড

‘যি ৰণনীতিৰে আমি ছিজনৰ আৰম্ভণি কৰিছিলো সেয়া প্ৰথম তিনিখন...

ভোটাধিকাৰ সাব্যস্ত কৰি ঘৰলৈ উভতি যোৱা নহ’ল…

কামপুৰৰ গুইমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷ তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে...

মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত নিহত যুৱক

মোবাইলেই কাল হ’ল! মোবাইলত ব্যস্ত হৈ থাকোঁতেই ৰে’লৰ খুন্দাত...

যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ, ইৰানে কি কি চৰ্ত বান্ধি দিলে আমেৰিকাক?

অৱশেষত যুদ্ধ বিৰতি ঘোষণা আমেৰিকা-ইৰানৰ। ৪০ দিনীয়া যুদ্ধৰ অন্ত...