দৈনিক বাতৰি

মামণিৰ ৰহস্যজনক মৃত্যু, হত্যা নে আত্মহত্যা?

চৰাইদেউ জিলাৰ মৰাণহাট থানাৰ অন্তৰ্গত মৰাণৰ কচুমাৰি হজোৱাৰ দিৰৈ নৈত মহিলাৰ মৃতদেহ উদ্ধাৰ। মৃত মহিলাগৰাকী মৰাণ ককৰামৰাৰ মামণি গড়। পুৱা নৈৰ কাষেৰে অহা-যোৱা কৰা...

SSB আৰু বন বিভাগৰ অভিযান, জব্দ চেগুন কাঠৰ কুণ্ডা

তামুলপুৰ জিলাৰ কুমাৰীকাটা ৰেঞ্জৰ অন্তৰ্গত হাতীডুবাত SSB আৰু বন বিভাগৰ অভিযান ৷ অভিযানত চেগুন কাঠৰ কুণ্ডাসহ এখন মহেন্দ্ৰ পিক আপ ভেন জব্দ কৰিবলৈ সক্ষম...

পৰ্যটকৰ বাবে ৩ দিন বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান

তিনিদিন পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান। পহিলা এপ্ৰিলৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানত চলিব গঁড় গণনা। সমগ্ৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী অভয়াৰণ্যত পৰ্যায়ক্ৰমে...

ডাম্পিং গ্ৰাউণ্ডৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ-মহিলা, বন্ধ কৰিলে নিৰ্মাণৰ কাম

প্ৰশাসনে ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে শ শ পুৰুষ মহিলা ওলাই আহি বন্ধ কৰিলে নিৰ্মাণৰ কাম। চিলাপথাৰ পৌৰসভাৰ অধীনত গেলগেলি সৰুপামত জনাঞ্চলৰ...

ৰাজ্যজুৰি আশা কৰ্মীৰ প্ৰতিবাদ, কাৰণ কি?

ৰাজ্যজুৰি ন্যায্যপ্ৰাপ্তিৰ দাবীত আশা কৰ্মীৰ প্ৰতিবাদ। মন্ত্ৰী অজন্তা নেওগৰ বিৰুদ্ধে আশা কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচী। বিধানসভাৰ বাজেট অধিবেশনত মন্ত্ৰী অজন্তা নেওগে ৰাজ্যত শিশুৰ মাতৃৰ মৃত্যুৰ...

Popular