দৈনিক বাতৰি

সন্মুখত উপ-নিৰ্বাচন, মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

নিৰ্বাচনমুখী মাজুলীৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে। মাজুলী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে মাজুলীৰ উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া পুলক...

দেশত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ, ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিক!

দেশত কৰ’নাৰ সংক্ৰমণৰ ভয়াৱহ ৰূপ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ৯০ হাজাৰৰো অধিকবুধবাৰৰ তুলনাত ৫৬.৫ শতাংশ বৃদ্ধি আক্ৰান্তৰ হাৰসমান্তৰালভাৱে বৃদ্ধি পাইছে অমিক্ৰনৰ সংক্ৰমণোদেশত ২২০০ৰো অধিক লোক...

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ- অনুকূল পৰিৱেশ৷ বিদ্যা–বুদ্ধিৰ চর্চা কৰোঁতাসকল উপকৃত হ’ব৷ কর্মস্থানত বাধা দেখা নাযায়৷ শুভ বর্ণ বগা বা হালধীয়া৷ আজি যাত্রা কৰোঁতে হাতত এখন বগা ৰুমাল...

আজি ঘোষণা হ’ব পাৰে নতুন SOP! অমিক্ৰনক লৈ ৰাজ্য চৰকাৰৰ বিশেষ বৈঠক

অমিক্ৰনৰ সংক্ৰমণক লৈ ৰাজ্য চৰকাৰৰ আজি বিশেষ বৈঠক। মুখ্যমন্ত্ৰীৰ আহ্বানত অনুষ্ঠিত হ’ব এই বিশেষ বৈঠক। বৈঠকত উপস্থিত থাকিব কেবিনেট মন্ত্ৰীৰ লগতে স্বাস্থ্য বিভাগৰ শীৰ্ষ...

কাছাৰত ভয়াৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত দুজন

কাছাৰ জিলাৰ ধলাই পালংঘাটত ভয়াৱহ পথ দুৰ্ঘটনা। ডিআই আৰু অটোৰিক্সা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ। দুৰ্ঘটনাত থিতাতে নিহত দুই অটো যাত্ৰী। নিহত লোক দুজন কাছাৰৰ...

Popular