দৈনিক বাতৰি

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষঃ মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোত শৰীৰৰ সুস্থতাৰ যােগ। কোনো কাৰণত মানসিক অশান্তি হ’ব পাৰে। পাৰিবাৰিক আৰু প্রেমত শুভ। আর্থিক, বাণিজ্য আৰু কৰ্মত সামান্য...

ৰাজ্যত উৰ্ধগামী ক’ভিডৰ গ্ৰাফ, মঙলবাৰে নতুনকৈ ২,৮৩৭জন আক্ৰান্ত

মঙলবাৰে ৰাজ্যত নতুনকৈ ২,৮৩৭জন ক’ভিড আক্ৰান্তকামৰূপ(মঃ) জিলাত চিনাক্ত হৈছে ৮৭০জন ক’ভিড আক্ৰান্তদিনটোত ক’ভিড পৰীক্ষা সম্পন্ন হৈছিল ৪৯,৮৪০টা২৪ ঘণ্টাত দুজন কৰ’না আক্ৰান্ত ৰোগীৰ মৃত্যুসংক্ৰমণৰ হাৰ...

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰ

আলফা নেতা জীৱন মৰাণৰ জামিন মঞ্জুৰসময়মতে দিব নোৱাৰিলে জীৱন মৰাণৰ বিৰুদ্ধে চাৰ্জশ্বীটNIA জামিন মঞ্জুৰ কৰিলে জীৱন মৰাণৰপুৱা কাৰাগাৰৰ পৰা মুকলি জীৱন মৰাণতিনিচুকীয়াৰ কাকপথাৰৰ বাসগৃহলৈ...

১০ কেজি চিতলৰ সোৱাদ ল’ব মুখ্যমন্ত্ৰীয়ে

ভোগৰ ভোগজৰা লৈ আকৌ পালেহি হেঁপাহৰ ভোগালী। প্ৰতিজন অসমীয়া সাজু হৈছে প্ৰাণৰ বিহু উদযাপনৰ বাবে। উৰুকাৰ প্ৰাকক্ষণত আজি মুখ্যমন্ত্ৰীয়ে উপহাৰ হিচাপে লাভ কৰিলে ১০...

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ আক্ৰান্ত ক’ভিডত

কিংবদন্তী গায়িকা লতা মংগেশৰকাৰ ক’ভিডত আক্ৰান্ত। দেহত কৰ’নাৰ অৱস্থিতি ধৰা পৰাৰ পিছতে ৯২ বছৰীয়া কোকিলকণ্ঠী গায়িকা গৰাকীক মুম্বাইৰ ব্ৰীচ কেণ্ডী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।...

Popular