দৈনিক বাতৰি

কেনে যাব আপোনাৰ আজিৰ দিনটো? NK ৰাশিফল

মেষ : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আশা ভংগ হ’ব পাৰে...

বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰ!

বেইজিঙৰ শীতকালীন অলিম্পিক কূটনৈতিকভাৱে বৰ্জন ভাৰতৰশুকুৰবাৰৰ পৰা আৰম্ভ হব শীতকালীন অলিম্পিকউদ্বোধনী আৰু সামৰণি অনুষ্ঠানত উপস্থিত নাথাকে ভাৰতৰ ৰাষ্ট্ৰদূতচীনা সৈন্যই অৰুণাচল প্ৰদেশৰ যুৱকক হাৰশাস্তি কৰাৰ...

কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাৰ ভৱিষ্যদ্বাণী। কেন্দ্ৰত, ৰাজ্যত হ’ব বেলেগ বেলেগ চৰকাৰ

গুৱাহাটী প্ৰেছ ক্লাৱত কালপুৰুষ পূৰ্ণাংগ পঞ্জিকা মুকলি কৰা হয়। পূৰ্বৰ দৰে কালপুৰুষ পূৰ্ণাংগ পঞ্জিকাত অসম তথা বিশ্বৰ আগন্তুক দিনত হ’ব পৰা সম্ভাৱনাৰ কথা প্ৰকাশ...

এইবাৰ আহি আছে মহিলা IPL! ক’ত, ক’ত অনুষ্ঠিত হ’ব খেল?

পুৰুষ IPLৰ বৃহত্তম সফলতাৰ পিছত এইবাৰ মহিলা IPLক এক নতুন দিগন্ত দিব খুজিছে BCCI-এ। BCCIৰ সভাপতি সৌৰভ গাংগুলীয়ে মহিলাৰ IPLৰ ওপৰত এটা ডাঙৰ আপডেট...

ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পূৰ্বে ৩জন ভাৰতীয় ক্ৰিকেটাৰ ক’ভিডত আক্ৰান্ত

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক দুখৰ খবৰ। শ্ৰেয়াছ আয়াৰ, শিখৰ ধাৱান আৰু ৰুতুৰাজ গায়কৱাড়কে ধৰি প্ৰায় আঠজন ভাৰতীয় খেলুৱৈয়ে আহমেদাবাদত উপস্থিত হোৱাৰ পিছত ক'ভিডত...

Popular