ৱেষ্ট ইণ্ডিজ শৃংখলাৰ পূৰ্বে ৩জন ভাৰতীয় ক্ৰিকেটাৰ ক’ভিডত আক্ৰান্ত

0 3,530

ভাৰতীয় ক্ৰিকেট অনুৰাগীৰ বাবে এক দুখৰ খবৰ। শ্ৰেয়াছ আয়াৰ, শিখৰ ধাৱান আৰু ৰুতুৰাজ গায়কৱাড়কে ধৰি প্ৰায় আঠজন ভাৰতীয় খেলুৱৈয়ে আহমেদাবাদত উপস্থিত হোৱাৰ পিছত ক’ভিডত আক্ৰান্ত হোৱা বুলি খবৰ ওলাইছে। ৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা তিনিখন এদিনীয়া শৃংখলাত ৱেষ্ট ইণ্ডিজৰ সৈতে খেলি থকা ভাৰতীয় দলৰ অংশ হৈছে এই তিনিওজন।

যিহেতু ধাৱান, আয়াৰ আৰু গায়কৱাডে ভাৰতীয় দলৰ আন সদস্য সকলৰ লগত আছিল, সেইবাবে ভাকি খেলুৱৈ সকলৰো ক’ভিড পৰীক্ষা কৰা হ’ব।

Leave A Reply

Your email address will not be published.