দৈনিক বাতৰি

৫ ঘণ্টাৰ ভিতৰতে বিক্ৰী টি-২০ বিশ্বকাপৰ ভাৰত-পাক মেচৰ সকলো টিকট!

ভাৰত-পাকিস্তানৰ মেচ মানেই উন্মাদনা,ৰোমাঞ্চ। তাকেই প্ৰমাণ কৰিলে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে, কাৰণ আগন্তুক ২৩ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ'ব লগা টি-২০ বিশ্বকাপৰ মেচৰ...

চুপাৰি মাফিয়া প্ৰশান্ত বড়োক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

চুপাৰি ছিণ্ডিকেটৰ লগত জড়িত আৰু এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ক্ৰাইম ব্ৰান্সে বৰ্ণিহাটৰ পৰা গ্ৰেপ্তাৰ কৰে চুপাৰি মাফিয়া প্ৰশান্ত বড়ো ওৰফে ৰিংকু ওৰফে ভিক্টৰক। বাৰ্মিজ...

আজি কি কি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে?

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল ঘোষণা১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকে ক’ভিড SOPৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ বাবে এই সিদ্ধান্ত১৫ ফেব্ৰুৱাৰীৰ পৰা নাথাকিব নৈশ...

ন্যায়ৰ বাবে ৭ দিন ধৰি একেৰাহে প্ৰতিবাদ

সপ্তম দিনত ভৰি দিলে ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ প্ৰতিবাদে। সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো অব্যাহত আছে অস্থায়ী গ্ৰামোন্নয়ন কৰ্মচাৰীৰ প্ৰতিবাদ। কলিয়াবৰ আৰু...

দিল্লীলৈ মুখ্যমন্ত্ৰী, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে কি আলোচনা?

• আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ দিল্লী ভ্ৰমণ• গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে• অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে আলোচনা• আলোচনাত ভাগ ল’ব...

Popular