৫ ঘণ্টাৰ ভিতৰতে বিক্ৰী টি-২০ বিশ্বকাপৰ ভাৰত-পাক মেচৰ সকলো টিকট!

ভাৰত-পাকিস্তানৰ মেচ মানেই উন্মাদনা,ৰোমাঞ্চ। তাকেই প্ৰমাণ কৰিলে ভাৰত আৰু পাকিস্তানৰ ক্ৰিকেট অনুৰাগীয়ে, কাৰণ আগন্তুক ২৩ অক্টোবৰত ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব লগা টি-২০ বিশ্বকাপৰ মেচৰ টিকট আজি ICC- এ মুকলি কৰিছিল। আৰু আপুনি জানি আচৰিত হ’ব যে পাঁচ ঘণ্টাৰ ভিতৰত আটাইকেইটা টিকট বিক্ৰী হৈ যায়!

চিডনী মৰ্ণিং হেৰাল্ডৰ অনুসৰি, ২৩ অক্টোবৰত MCGত অনুষ্ঠিত হ’ব লগা ভাৰত বনাম পাকিস্তান মেচৰ বাবে ICC- এ মুকলি কৰে প্ৰায় ৬০,০০০ তকৈও অধিক টিকট ইতিমধ্যে বিক্ৰী কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...