ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধৰ দাবানল। দুয়োখন দেশৰ মাজত পূৰ্ণগতিত চলিছে আক্ৰমণ-প্ৰত্যাক্ৰমণ। বেলাৰুছত এটা বৃহৎ ৰাছিয়ান বাহিনীৰ উপস্থিতিয়ে পশ্চিমীয়া দেশ সমূহক উদ্বিগ্ন কৰি তুলিছে। বেলাৰুছৰ সেনা বাহিনীৰ সহায়ত ৰাছিয়াই ইউক্ৰেইনক একাধিক দিশত আক্ৰমণ কৰাৰ প্ৰস্তুতি চলাব পাৰে। ইউক্ৰেনে কৈছে যে, ৰাছিয়াই সীমাৰ ওচৰত বৰ্তমান মুঠ ১,১৫,০০০ সৈন্য মোতায়ন কৰি ৰাখিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইতিমধ্যে অনুশীলনৰ ছবি মুকলি কৰিছে। য’ত সৈন্যসকলক মাটিত পেৰাচুটিং কৰা, আকাশত যুঁজাৰু বিমান বিচৰণ কৰা, অস্ত্ৰ ধাৰণ কৰা হেলিকপ্টাৰৰ পৰা সৈন্যসকল কঢ়িয়াই অনা আৰু টেংকৰ পৰা বোমা আৰু গুলীবৰ্ষণ কৰাৰ দৃশ্য স্পষ্ট হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...