দৈনিক বাতৰি

২২ জুনলৈকে বন্ধ আন্তঃজিলা যাতায়াত | নতুন SOPৰ সৱিশেষ

ক’ভিড সম্পৰ্কে নতুন SOP ৰাজ্য চৰকাৰৰ গুৱাহাটীত দুপৰীয়া ২ বজাৰ পৰা সান্ধ্য আইনপুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইনকাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত কঠোৰ সান্ধ্য আইনশোণিতপুৰ, নগাঁৱতো...

ৰাজ্যপালক সাক্ষাৎ মুখ্য়মন্ত্ৰীৰ; অচিৰেই উচ্চ শিক্ষাত আহিব সংস্কাৰ

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীক সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণৰ বাবে চৰকাৰে গ্ৰহণ কৰি থকা...

আমগুৰিৰ এজন কলেজ শিক্ষকে নিৰ্মাণ কৰি উলিয়ালে দ্বিতীয় ৰাণী এলিজাবেথৰ ৯৭ বছৰীয়া পুৰণি গাড়ীৰ মডেল

গুৱাহাটী, ১৫ জুন, NKTV: আমগুৰিৰ এজন কলেজ শিক্ষকে নিৰ্মাণ কৰিলে উলিয়ালে দ্বিতীয় ৰাণী এলিজাবেথৰ ৯৭ বছৰীয়া পুৰণি গাড়ীৰ মডেল। ৫ লাখ ৭০ কি:মি চলিব পৰা ১৯২৪...

চনু চোডক লগ পাবলৈ খালী ভৰিৰে খোজকাঢ়ি হায়দৰাবাদৰ পৰা মুম্বাইত উপস্থিত এজন অনুৰাগী

গুৱাহাটী, ১৫ জুন, NKTV: চনু চোডৰ এজন ব্যতিক্ৰমী অনুৰাগী। অনুৰাগীজনৰ নাম ভেনকাটেষ। অলপতে অভিনেতাজনক লগ পাবলৈ হায়দাৰাবাদৰ পৰা খালী ভৰিৰে ভেনকাটেষে মুম্বাইত উপস্থিত হৈছিল। বলীউডৰ...

আত্মাহীন হৈ পৰিল বৃহত্তৰ বজালী

গুৱাহাটী, অচিন্ত্য শৰ্মা:এক সম্পূৰ্ণ সফল সাংসাৰিক আৰু সামাজিক জীৱন কটোৱাৰ পিছত ৮৭ বছৰ বয়সত অধ্যাপক সম্পূৰ্ণানন্দ তালুকদাৰৰ দেহাৱসান ঘটিল। সেইফালৰপৰা চাবলৈ গ’লে তেওঁৰ মৃত্যুত...

Popular