২২ জুনলৈকে বন্ধ আন্তঃজিলা যাতায়াত | নতুন SOPৰ সৱিশেষ

ক’ভিড সম্পৰ্কে নতুন SOP ৰাজ্য চৰকাৰৰ

  • গুৱাহাটীত দুপৰীয়া ২ বজাৰ পৰা সান্ধ্য আইন
  • পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন
  • কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত কঠোৰ সান্ধ্য আইন
  • শোণিতপুৰ, নগাঁৱতো কঠোৰভাৱে বলৱৎ হ’ব সান্ধ্য আইন
  • ৰাজ্যৰ ৮খন জিলাত ১২ঘণ্টীয়া কাৰ্ফিউ
  • ৮ জিলাত সন্ধিয়া ৫ৰ পৰা পুৱা ৫লৈ ১২ ঘণ্টীয়া কাৰ্ফিউ
  • মাজুলী, বঙাইগাঁও, চিৰাঙত ১২ ঘণ্টীয়া কাৰ্ফিউ
  • পঃ কাৰ্বি আংলং, ওদালগুৰিত ১২ ঘণ্টীয়া কাৰ্ফিউ
  • দঃ শালমাৰা, ডিমা হাছাও, চৰাইদেউত ১২ঘণ্টীয়া কাৰ্ফিউ
  • আন জিলাসমূহত বলৱৎ থাকিব কাৰ্ফিউৰ বৰ্তমানৰ SOP
  • নগৰ অঞ্চলৰ ৫% হ’ব কণ্টেইনমেণ্ট জ’ন
  • গ্ৰামাঞ্চলৰ ১০% হ’ব কণ্টেইনমেণ্ট জ’ন
  • হাফলঙৰ সংবাদমেলত এই ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ
  • নতুন SOPসমূহ বলৱৎ থাকিব ২২ জুনৰ পুৱা ৫ বজালৈ
  • সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব
  • মৃতকৰ শেষকৃত্যত সৰ্বাধিত ১০জন লোক থাকিব পাৰিব
  • বজাৰ-সমাৰ বন্ধ হৈ থাকিব
  • জৰুৰীকালীন সেৱাসমূহ খোলা থাকিব
  • ২২ জুনৰ পুৱা ৫ বজালৈ আন্তঃজিলা যাতায়াত বন্ধ
  • পৰিস্থিতি উন্নত নহ’লে ৫ জিলাত ২১ জুনৰ পৰা লকডাউন
  • কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়ত লকডাউনৰ সম্ভাৱনা
  • শোণিতপুৰ, নগাঁৱতো লকডাউনৰ সম্ভাৱনা
  • এই ৫ জিলাত সংক্ৰমণ ৰোধৰ বাবে কঠোৰ হ’ব চৰকাৰ
NKTV Digital
Author: NKTV Digital

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

বিশ্বৰ ১০খন শ্ৰেষ্ঠ যুঁজাৰু বিমান

লকহীড মাৰ্টিন এফ-৩৫ লাইটনিং II (আমেৰিকা)  এই পঞ্চম প্ৰজন্মৰ গোপন...

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...