দৈনিক বাতৰি

চিনেমাৰ কায়দাৰে এক নৃশংস হত্যাকাণ্ড

চিনেমাৰ কায়দাৰে এক নৃশংস হত্যাকাণ্ডব্যস্ত ৰাজপথত CRPF জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যাহত্যাকাণ্ড সংঘটিত কৰি মটৰচাইকেলত অহা দুই দুৰ্বৃত্তৰ নিৰ্বিঘ্নে পলায়নCCTVত বন্দী CRPF জোৱানজনক...

হাইলাকান্দি জিলাৰ উন্নয়নৰ বাবে বিভিন্ন প্ৰকল্পৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

বৰাক উপত্যকাৰ বিকাশত নতুন মাত্রা সংযোজনেৰে কাছাৰ আৰু হাইলাকান্দি জিলাত ৭৬৭ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীয়ে জল...

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন দিল্লী পাবহি শুকুৰবাৰে

যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেন দিল্লী পাবহি শুকুৰবাৰেৰাষ্ট্ৰপতি আহি পোৱাৰ পূৰ্বেই দিল্লী পালেহি ‘দানৱ’যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ সদা সহচৰ The Beastৰাষ্ট্ৰপতিক অহৰহ সুৰক্ষা বেষ্টনীৰে আৱৰি ৰখা এই...

সূৰ্য অভিমুখে অগ্ৰসৰ আদিত্য L1এ তুলিলে আকৰ্ষণীয় ছেলফী

প্ৰজ্ঞান লেণ্ডাৰৰ পিছত আদিত্য L1ৰ ছেলফীয়ে কৌতূহল সৃষ্টি কৰিছে মহাকাশ গৱেষণাত। বেলি অভিমুখে ধাৱমান আদিত্য L1এ সূৰ্যৰ লগত ছেলফীৰ উপৰি তুলিছে পৃথিৱী, চন্দ্ৰৰ আকৰ্ষণীয়...

বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাই আত্মগোপন ASP শুভলক্ষ্মী দত্তৰ

বনকৰা মহিলাক অকথ্য নিৰ্যাতন চলাই আত্মগোপন ASP শুভলক্ষ্মী দত্তৰ। অভিযান চলায়ো আৰক্ষীয়ে সূংশুত্ৰ উলিয়াব পৰা নাই শুভলক্ষ্মীৰ। বুধবাৰে নাজিৰাৰ ২২খন চাহ বাগিচাত উত্তাল প্ৰতিবাদ।...

Popular