দৈনিক বাতৰি

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ অভিযোগ, তদন্তৰ নিৰ্দেশ কেৰেলাম চৰকাৰৰ

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে দুৰ্নীতিৰ গুৰুতৰ অভিযোগ। প্ৰায় দুটা দশক পূৰ্বে কেৰালম (কেৰেলা)ৰ লোকনিৰ্মাণ বিভাগৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি...

আয়ুষ্মান খুৰানালৈ ধন দাবীৰ ফোন, লৰেন্স বিষ্ণোই গেঙৰ নাম লৈ কেইবা কোটি টকা দাবী; বলীউডত নিৰাপত্তাক লৈ উদ্বেগ

বলীউডৰ অভিনেতাসকললৈ ধন দাবী আৰু ভাবুকিৰ ফোন অহাৰ ঘটনা অব্যাহত আছে। অভিনেতা তুষাৰ কাপুৰৰ পিছত এইবাৰ অভিনেতা আয়ুষ্মান খুৰানালৈ আহিছে ধন দাবীৰ ফোন। ফোন...

উত্তৰ গুৱাহাটীত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ বিৰুদ্ধে অঞ্চলবাসীৰ অভিযোগ, দুৰ্গন্ধত অতিষ্ঠ ৰাইজ

উত্তৰ গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ৰ সমুখত অৱস্থিত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। প্ৰতিষ্ঠানটোৰ পৰা ওলোৱা খাদ্যৰ পেলনীয়া...

৪৭ বছৰৰ মূৰত CRPFৰ ইতিহাসত বিৰল অভিলেখ! একেৰাহে কৰা ১২ মাহৰ অভিযানত প্ৰাণ হেৰুওৱা নাই এজনো জোৱানে

দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (CRPF)-এ। সুদীৰ্ঘ ৪৭ বছৰৰ মূৰত বাহিনীটোৱে গঢ়িবলৈ সক্ষম হৈছে এক বিৰল...

ছিয়াং বহুমুখী বান্ধ প্ৰকল্পক লৈ অৰুণাচলৰ প্ৰতিবাদকাৰীৰ কাষত সোণম ৱাংচুক; ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ জৰুৰী পত্ৰ প্ৰেৰণ সোণম ৱাংচুকৰ, প্ৰকল্পটোক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ দাবী

অৰুণাচল প্ৰদেশৰ ছিয়াং উপত্যকাত প্ৰস্তাৱিত ছিয়াং আপাৰ বহুমুখী প্ৰকল্পক লৈ সৃষ্টি হোৱা প্ৰতিবাদ আৰু উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীসকলৰ সমৰ্থনত থিয় দিছে পৰিৱেশ কৰ্মী সোণম...

Popular