দৈনিক বাতৰি

২০২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী

গুৱাহাটীত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সংবাদমেল’২৪ৰ আগত আমেৰিকাৰ দৰে হ’ব উত্তৰ-পূবৰ পথ : গাডকাৰী‘অসমত ২৪৮টা কাম ১ লাখ কোটি টকা খৰচেৰে কৰি...

উৰ্পদ বিল পৰিদৰ্শনৰ লগতে মিছন বসুন্ধৰা সম্পৰ্কীয় বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

গোৱালপাৰা জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা অভিভাৱক মন্ত্ৰী অশোক সিংহলৰ ৰাংচাপাৰাত পৰিৱেশ অনুকূল জলসিঞ্চন প্ৰণালী পৰ্যবেক্ষণ, উৰ্পদ বিল পৰিদৰ্শনৰ লগতে মিছন বসুন্ধৰা সম্পৰ্কীয়...

সঘন ৰে’ল দুৰ্ঘটনাই কঁপাইছে দেশ

বাঢ়িয়েই আছে অন্ধ্ৰৰ ৰে’ল দুৰ্ঘটনাত নিহতৰ সংখ্যাসঘন ৰে’ল দুৰ্ঘটনাই কঁপাইছে দেশৰে’ল দুৰ্ঘটনাৰ ধাৰাবাহিকতাক লৈ চৰকাৰক আক্ৰমণ মমতাৰ অন্ধ্ৰপ্ৰদেশৰ ভয়াবহ পথ দুৰ্ঘটনাই পুনৰ জোকাৰিছে দেশ। দুৰ্ঘটনাস্থলীত...

কেৰালাৰ পিছত সন্ত্ৰাসবাদীৰ লক্ষ্য দিল্লী–মুম্বাই

কেৰালাৰ পিছত সন্ত্ৰাসবাদীৰ লক্ষ্য দিল্লী–মুম্বাইজনবহুল অঞ্চল, বজাৰত কুটাঘাতৰ আশংকাদিল্লী, মুম্বাইত হাই এলাৰ্ট জাৰি কেৰালাত খ্ৰীষ্টানৰ প্ৰাৰ্থনা সভাত IED বিস্ফোৰণৰ হোৱা ঘটনাৰ পিছতে কঁপিছে দেশ। কেৰালাৰ...

ফুটবলৰ মহাতাৰকা মেছিৰ আন এটা বেলন ডি’অৰ লাভ

ফুটবলৰ মহাতাৰকা মেছিৰ আন এটা বেলন ডি’অৰ লাভদুভৰিৰ যাদুকৰৰ হাতত অষ্টমটো বেলন ডি’অৰ বঁটা লিঅ’নেল মেছি। বিশ্ব ফুটবলৰ তেওঁ মহাতাৰকা । তেওঁৰ দুভৰিৰ ছন্দত চূৰ্ণ-বিচূৰ্ণ...

Popular