CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

CBSEৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা। অফিচিয়েল ৱেবছাইটযোগে ঘোষণা ফলাফল।
উত্তীৰ্ণৰ হাৰ ৮৭.৯৮ শতাংশ। বিগত বৰ্ষতকৈ উত্তীৰ্ণৰ হাৰ বৃদ্ধি ০.৬৫ শতাংশ। ল’ৰাতকৈ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৬.৪০ শতাংশ অধিক। এইবছৰ অৱতীৰ্ণ হৈছিল ১৬ লাখ ২১ হাজাৰ ২২৪ শিক্ষাৰ্থী। উত্তীৰ্ণ হৈছে ১৪ লাখ ২৬ হাজাৰ ৪২০ গৰাকী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আৰক্ষীৰ নামত বলপূৰ্বক ধন দাবী: দৌলাশাল আৰক্ষীৰ জালত হুছেইন আলী

মুকালমুৱা — আৰক্ষীৰ নাম লৈ আৰু ভয়-ভাবুকি প্ৰদৰ্শন কৰি...

২০২৭ বিশ্বকাপৰ লক্ষ্যৰে নতুন নিৰ্বাচক?

পূৰ্বৰ ভাৰতীয় তাৰকা বেটাৰ ভিভিএছ লক্ষ্মণ হ'ব নেকি ভাৰতীয়...