দৈনিক বাতৰি

মুখ্য প্ৰশিক্ষক হিচাপে পুনৰ দ্ৰাবিড়ক দিলে দায়িত্ব

আজিৰ পৰা ১০দিন পূৰ্বে এদিনীয়া বিশ্বকাপ চেম্পিয়নৰ খিতাপ জিনিছিল অষ্ট্ৰেলিয়াই। ইয়াৰ পিছতেই হতাশাত ভুগিছিল ভাৰতীয় ক্ৰিকেটৰ কোটি-কোটি অনুৰাগীৰ লগতে টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈসকল। একেই...

কোকৰাঝাৰত গাৰ নোম শিয়ৰি যোৱা ঘটনা

বুধবাৰে কাহিলী পুৱাতে কোকৰাঝাৰ চহৰত সংঘটিত হ’ল এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। কৃষি বিভাগৰ অৱসৰপ্ৰাপ্ত অভিযন্তা তপন চক্ৰৱৰ্তীক অচিনাক্ত দুৰ্বৃত্তই দা-ৰে ঘপিয়াই ঘপিয়াই হত্যা কৰে।...

যোৰহাট-মাজুলী সংযোগী দলং পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

মাজুলী আৰু লখিমপুৰ সংযোগী পথ উন্নীতকৰণ প্রকল্পও পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ সময়ছোৱাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে যোৰহাটৰ পৰা মাজুলী সংযোগী ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত...

ৰাজ্যজুৰি ৰাসক লৈ ব্যাপক উছাহ

শ্ৰীকৃষ্ণৰ বন্দনাত মুখৰিত ৰাজ্যৰ বিভিন্ন প্ৰান্ত। ৰাসৰ ৰসেৰে ৰসময় হৈছে উজনি–নামনি। খোল, তাল, গীতে-মাতে মায়াময় হৈ পৰিছে উজনি। পিছপৰি ৰোৱা নাই নামনিৰ ৰাস। নামনিতো...

সুৰংগৰ বাহিৰত এয়া কি?

উত্তৰাখণ্ডৰ উত্তৰকাশীৰ সুৰংগটোত শ্ৰমিকসকল আৱদ্ধ হৈ থকা ১৫ দিন হ'ল, কিন্তু এতিয়ালৈকে তেওঁলোকক উদ্ধাৰ কৰিব পৰা হোৱা নাই। উদ্ধাৰকাৰী দলটোৰ সকলো প্ৰচেষ্টাৰ পাছতো শ্ৰমিকসকলক...

Popular