দৈনিক বাতৰি

বলীউডৰ অৰ্মান মালিকৰ মন্তব্যঃ কোৰিয়াৰ K-POP band BTSএ এছিয়ান আৰ্টিছতৰ বাবে নতুন ধাৰাৰ সৃষ্টি কৰিছে

গুৱাহাটী, ৯ জুন, NKTV: কোৰিয়াৰ K-pop Band BTSৰ সমগ্ৰ বিশ্বতেই FAN আৰু FOLLOWERS আছে। BTSৰ নতুন গীত BUTTERয়ে ভংগ কৰিছে বৰ্তমানৰ সকলোবোৰ ৰেকৰ্ড। BTSৰ অশেষ চেষ্টা...

ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত মুখ্যমন্ত্ৰীৰ শােক প্রকাশ

গুৱাহাটী, ৮ জুন, NKTV: বিশিষ্ট গীতিকাৰ, কবি, শিশু সাহিত্যিক ড° মনােৰমা বৰগােহাঞিৰ বিয়ােগত গভীৰ শােক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। আজি এক শােকবার্তাত...

১ৰ পৰা ১৫ আগষ্টৰ ভিতৰত হ’ব HSLC, HSSLC পৰীক্ষা

গুৱাহাটী, ৮ জুন, NKTV: জনতা ভৱনত শিক্ষামন্ত্ৰী, SEBA, AHSEC, স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰে আলোচনাত মিলিত আছু, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, অসম সাহিত্য সভা। আগন্তুক...

আজি কেবিনেটত কি কি সিদ্ধান্ত হ’ল?

গুৱাহাটী, ৮ জুন, NKTV: মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ মুখপাত্ৰসকলে সংবাদ...

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাত নতুন মোৰ…

গুৱাহাটী, ৮ জুন, NKTV: সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাই সম্পূৰ্ণ কৰিলে এটা বছৰ। এই ঘটনাক কেন্দ্ৰ কৰি সাঙুৰ খাই পৰিছিল বহুতো অভিনেতা-অভিনেত্ৰীৰ নাম। ইয়াৰ সমান্তৰালভাৱে সুশান্তৰ...

Popular