দৈনিক বাতৰি

লংকাৰ কাকীত ক্ষোভিত ৰাইজে নগাঁওৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক দিলে গ’ বেক’ ধ্বনি

গুৱাহাটী, ১০ জুন, NKTV:লংকাৰ কাকীত তিনি হাজাৰ বিঘাৰ ৰবৰ বাগানৰ উচ্ছেদিত পৰিয়ালৰ খবৰ ল'বলৈ গৈ উচ্ছেদিতৰ ক্ষোভৰ সন্মুখীন হ'ল সাংসদ প্ৰদ্যুৎ বৰদলৈ। যোৱা ৬ জুনত...

ন্যায় ব্যৱস্থা দ্রুততৰ কৰাৰ বাবে বিচক্ষণ আৰক্ষী ব্যৱস্থাপনাৰ ওপৰত গুৰুত্ব আৰােপ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৯ জুন, NKTV: ‘এক বিচক্ষণ আৰক্ষী ব্যৱস্থাপনা সু-প্ৰশাসনৰ ৰাজহাড় স্বৰূপ। এই ব্যৱস্থাই উন্নয়নৰ গতি দ্রুত কৰাৰ দিশত বিশেষ ভূমিকা পালন কৰে। আজি দিনজোৰা কাৰ্যসূচীৰে কাজিৰঙাত...

ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা

ৰাজ্যত গঠন হ’ল আৰু এখন নতুন ৰাষ্ট্ৰীয় উদ্যান ৰায়মনাৰ পাছত দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা২৩৪ বৰ্গকিলোমিটাৰ এলেকা জুৰি বিস্তৃত এই বনাঞ্চলবৰ্ষাৰণ্যৰে সমৃদ্ধ এই ৰাষ্ট্ৰীয় উদ্যান...

বাঘজান অগ্নিকাণ্ডত পাৰিপাৰ্শ্বিক ক্ষতি হৈছিল ২৫,০০০ কোটি টকাৰ

বন বিভাগৰ বিস্ফোৰক প্ৰতিবেদন বাঘজানৰ অগ্নিকাণ্ডত ডিব্ৰু-ছৈখোৱাৰ Landscapৰ ৫৫% ধ্বংসডিব্ৰু-ছৈখোৱাৰ ১২.৭ বৰ্গ কিঃমিঃ এলেকাৰ জৈৱ-বৈচিত্ৰ ধ্বংসপ্ৰাপ্তঅগ্নিকাণ্ডত ১৬.৩২ বৰ্গ কিঃমিঃ জলাশয় সম্পূৰ্ণৰূপে বিনষ্টঅগ্নিকাণ্ডত ধ্বংস হ’ল ২১৩...

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ পিতৃ-মাতৃ ক’ভিড পজিটিভ হ’লে ১৫ দিনৰ বিশেষ নৈমিত্তিক ছুটি

গুৱাহাটী, ৯ জুন, NKTV: কৰ্মচাৰী মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ পিতৃ-মাতৃ বা পৰিয়ালৰ কোনো নিৰ্ভৰশীল সদস্যই ক'ভিড-১৯ পজিটিভ হ'লে...

Popular