দৈনিক বাতৰি

জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যু

টেলিভিছন ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ মৃত্যুহৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় অভিনেতা জনৰBig Boss 13ৰ বিজেতা আছিল সিদ্ধাৰ্থ শুক্লাKhatron Ke Khiladi Season 7ৰ বিজেতা...

গৰুক ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃতি দিয়ক : এলাহাবাদ উচ্চ ন্যায়ালয়

উত্তৰ প্ৰদেশৰ গো-হত্যা আইনৰ অধীনত গোচৰ ৰুজু কৰা এজন ব্যক্তিৰ জামিন আবেদন নাকচ কৰি বুধবাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শেখৰ কুমাৰ যাদৱে কেন্দ্ৰীয় চৰকাৰক...

আন্তৰ্জাতিক ফুটবল ইতিহাসত সৰ্বাধিক স্ক’ৰাৰ ক্ৰিষ্টিয়ানো ৰোনাল্ডো

বুধবাৰে পৰ্তুগালৰ হৈ ১১০ সংখ্যক গ'ল কৰি ক্ৰিষ্টিয়ানো ৰোনাল্ডো আন্তৰ্জাতিক ফুটবল ইতিহাসত সৰ্বাধিক স্ক'ৰ কৰা ব্যক্তি হিচাপে পৰিগণিত হয়। পৰ্তুগালৰ অধিনায়কজনে ৮৯ মিনিটত আয়াৰলেণ্ডৰ...

কংগ্ৰেছ ক্ষমতালৈ আহিলে প্ৰথমেই সলনি কৰিম ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম : গৌৰৱ গগৈ

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম সলনি কৰি ওৰাং ৰাষ্ট্ৰীয় উদ্যান হিচাপে নামকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছত ক্ষোভিত হৈ পৰিছে...

‘স্বাধীন’ হ’ল আফগানিস্তান! পৰৱৰ্তী লক্ষ্য কাশ্মীৰ; ঘোষণা আল-কায়দাৰ

আফগানিস্তানক তালিবানৰ দ্বাৰা আমেৰিকাৰ দখলৰ পৰা "মুক্ত" কৰাৰ পিছত, সন্ত্ৰাসবাদী সংগঠন আল-কায়দাই বিশ্বব্যাপী মুছলমান সম্প্ৰদায়ক অন্যান্য মুছলমান ভূমি সমূহ "মুক্ত" কৰিবলৈ আহ্বান জনাইছে, কাশ্মীৰক...

Popular