দৈনিক বাতৰি

মণিপুৰত উদ্ধাৰ দীৰ্ঘ দূৰত্বৰ থলুৱা ৰকেট, ৪০ কেজি বিস্ফোৰক, আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ!

মণিপুৰত উদ্ধাৰ ৪০ কেজি বিস্ফোৰক আৰু বৃহৎ পৰিমাণৰ আগ্নেয়াস্ত্ৰ! মঙলবাৰে গভীৰ নিশা মণিপুৰৰ ম্যানমাৰৰ সীমান্তৱৰ্তী চুৰাচান্দপুৰ জিলাত অভিযান চলাই এই বিস্ফোৰক সামগ্ৰীখিনি উদ্ধাৰ কৰা...

ভাৰতে শ্বেখ হাছিনাক ঘূৰাই পঠিয়াবনে? বাংলাদেশৰ প্ৰত্যৰ্পণৰ দাবী সন্দৰ্ভত কি ক’লে MEAয়ে?

বাংলাদেশে দোষী সাব্যস্ত কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ বাবে কৰা নতুন অনুৰোধৰ প্ৰতি ভাৰতৰ পৰা সঁহাৰি পোৱাৰ আশা কৰিছে, অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা...

হোৱাইট হাউছৰ ওচৰত গুলীচালনা কৰা বন্দুকধাৰীৰ পৰিচয় কি? জন্মসূত্ৰে আফগান হোৱাৰ পিছতো তেওঁ কেনেকৈ আমেৰিকাত প্ৰৱেশ কৰিলে?

পৃথিৱীৰ আটাইতকৈ শক্তিশালী ঘৰটোৰ সন্মুখত তেজৰ নদী বৈ গ’ল... বৃহস্পতিবাৰে পুৱা (ভাৰতৰ সময় অনুসৰি) ৱাশ্বিংটনৰ হোৱাইট হাউছৰ পৰা কিছু নিলগত গুলীচালনাৰ ঘটনা সংঘটিত হয়।...

হংকঙত ভয়াৱহ অগ্নিকাণ্ড; ৭ মহলীয়া অট্টালিকাত অগ্নিকাণ্ড

হংকঙত ধাৰাবাহিকভাৱে উচ্চ এপাৰ্টমেণ্ট বিল্ডিঙত অগ্নিকাণ্ড সংঘটিত হৈছে। কমেও ৭টা ওখ অট্টালিকাত জুই লাগিছে। এই অগ্নিকাণ্ডত কমেও ১৩ জন লোকৰ মৃত্যু হৈছে। বহুলোক অট্টালিকাৰ...

২০ বছৰৰ পাছত ভাৰতলৈ ঘূৰি আহিছে কমনৱেলথ গেমছ

অপেক্ষাৰ অন্ত পৰিল। অৱশেষত ২০৩০ চনৰ কমনৱেলথ গেমছ ভাৰতত অনুষ্ঠিত হ’বলৈ গৈ আছে। কমনৱেলথ কমিটীয়ে আহমেদাবাদক আয়োজক চহৰ হিচাপে ঘোষণা কৰিছে। শেষবাৰৰ বাবে দিল্লীত...

Popular